কাৰ্বি আংলং জিলাৰ খেৰণিত কাঠফুলা খাই বিষক্ৰিয়া।
কাৰ্বি আংলং জিলাৰ খেৰণিত কাঠফুলা খাই বিষক্ৰিয়া।
কাৰ্বি আংলং জিলাৰ খেৰণিত কাঠফুলা খাই বিষক্ৰিয়া।
খেৰণিৰ জেংক্ৰ গাওঁত সংঘটিত হৈছে শোকাঁবহ ঘটনাটো।
কাঠফুলা সেৱন কৰাৰ পাছতে অসুস্থ হৈ পৰে একে পৰিয়ালৰ চাৰি জনকৈ লোক।
অসুস্থ লোকসকল ক্ৰমে মঙ্গল সিং ক্ৰ, ৰেবিকা টিছপী, বাৰী ইংহিপী, চাৰিম ক্ৰ ।
আমি পুনৰ জনাইছোঁ
কাৰ্বি আংলং জিলাৰ খেৰণিত কাঠফুলা খাই অসুস্থ চাৰিগৰাকী ব্যক্তি।
আটাইকেইজনকে সংকট জনক অৱস্থাত ভৰ্তি কৰা হৈছে খেৰণি মডেল চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অবস্থা অতি সংকটজনক হোৱাৰ বাবে
উন্নত মানৰ চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ লৈ প্ৰেৰণ কৰে।
Leave a Reply