প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতিৰ ৰাখিলে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে।

0

২৬ ৰ নিৰ্বাচনৰ কথা চিন্তা নকৰি ভূপেন বৰাক নিজৰ সমষ্টিত চকু দিবলৈ পৰামৰ্শ
বিধায়কগৰাকীৰ।

যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পৰাজিত হ’ল যদিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পুৰনৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰি আহিছে।
আৰু এনে কাৰ্যই তেওঁক কাম কৰি যাবলৈ উৎসাহিত কৰে।

আৰু আজি টীয়কৰ দেবেৰাপাৰাৰ জগুন দে আৰু টীয়ক গুৱাল গাঁৱৰ বিপিন দত্ত নামৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক দুখনকৈ ত্ৰাই চাইকেল প্ৰদান কৰি এক আদৰ্শ নিদৰ্শন দাঙি ধৰিছে বিধায়কগৰাকীয়ে

লগতে ২৬ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ সন্দৰ্ভত তীব্ৰ সমালোচনা কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.