আমাৰাঙ্গা আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত সাংস্কৃতিক সন্ধিয়া।

0

আমাৰাঙ্গা আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত সাংস্কৃতিক সন্ধিয়া।

দেওবাৰে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমৰাঙ্গাত আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত আমৰাঙ্গা কলামন্দিৰ প্ৰাঙ্গনত এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে।উক্ত সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা প্ৰথম কাৰ্য্যসুচী হিচাপে পতাকা উত্তোলন কৰে।সন্ধিয়া স্বৰ্গীয় উমাকান্ত ঠাকুৰীয়া সোঁৱৰণী সাংস্কৃতিক মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী দিগন্ত ঠাকুৰীয়াই। উক্ত সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কমেডি অভিনেতা বিপুল ৰাভাই তেখেতৰ হাস্যমধুৰ কথাৰে ৰাইজক আমোদ দিয়াৰ সমান্তৰালকৈ নিশা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সুবাসনা দত্তৰ গীতৰ শৰাই আগবঢ়াই

Leave A Reply

Your email address will not be published.