ডিগবৈ বৰজান শিৱ মন্দিৰৰ সমিপত পুৱায়েই উদ্ধাৰ
ডিগবৈ বৰজান শিৱ মন্দিৰৰ সমিপত পুৱায়েই উদ্ধাৰ এটা মৃতদেহ৷পানীত পৰি থকাৰ অৱস্থাত উদ্বাৰ মৃতদেহটো৷মৃতদেহটো বালিজান খ্ৰীষ্টান গাওঁৰ নিবাসী মটক মাৰ্চেল লবণ্ডুৰ চিনাক্ত কৰা হৈছে ৷কালি আবেলি দুই মান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ব্যক্তিগৰাকী।কালি আবেলিৰ পৰা ঘৰৰ লোকে বিচাৰ সোচাৰ কৰি আছিল যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ব্যক্তিগৰাকীৰ