কিছুদিন ধাৰাষাৰ বৰষুণৰ বাবে শিলচৰৰ মালিনী বিলৰ কেইবাটাও অংশ এতিয়া পানীৰ কৱলত।
চৰকাৰলৈ সহায়ৰ আহ্বান বানাক্ৰান্তৰ।
কিছুদিন ধাৰাষাৰ বৰষুণৰ বাবে শিলচৰৰ মালিনী বিলৰ কেইবাটাও অংশ এতিয়া পানীৰ কৱলত। চৰকাৰলৈ সহায়ৰ আহ্বান বানাক্ৰান্তৰ।যোৱা কেইদিনমানৰ পৰা অবিৰত বৰষুণৰ ফলত শিলচৰ চহৰৰ মালিনী বিল অঞ্চলত শ শ পৰিয়াল বানপানীৰ কৱলত।যাৰ ফলত বহুতে ঘৰ এৰি আন ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্ত ৰাইজে।আনহাতে বানপানীৰ কৱলত পৰা অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়াত পৰিছে যাৰ বাবে তেওঁলোকে সহায় বিচাৰিছে চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ