খেৰণিৰ থানা কলনীৰ পৰা এগৰাকী যুৱক হৈছে নিৰুদ্দেশ।

0

পশ্চিম কাৰ্বি আংলঙ জিলাত খেৰণিৰ থানা কলনীৰ পৰা এগৰাকী যুৱক হৈছে নিৰুদ্দেশ। নিৰুদৃষ্ট যুৱক তিংকু দাস (১১) বিচাৰি হাহাকাৰ পৰিয়ালৰ। যোৱা শনিবাৰে টিউচন যোৱা পৰা আজি লৈকে ঘৰলৈ আহি পোৱা নাই। পাছ দিন ধৰি নিৰুদৃষ্ট হৈ থকা যুৱকৰ সম্ভেদ বিচাৰি পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও কোনো শুংসূত্ৰ নোপোৱাত হতাশা আৰু মৰ্মবেদনাত ভাঙি পৰিছে পৰিয়ালটো। আৰু উপায়ন্তৰ পৰিয়ালটোয়ে শেহতীয়াকৈ ঘটনা সন্দৰ্ভত সহায় বিচাৰি কাষ চাপিছে সংবাদমাধ্যমৰ ওচৰত। টিংকোক বিচাৰি হাবাথুৰি খাই ভাগৰি পৰা পৰিয়ালটোৱে আহ্বান জনাইছে যে যদি কো

Leave A Reply

Your email address will not be published.