ৰাখে হৰি মাৰে কোনে,এই কথাষাৰিয়েই প্ৰমাণিত হ’ল মানকাচাৰত।
ৰাখে হৰি মাৰে কোনে,
এই কথাষাৰিয়েই প্ৰমাণিত হ’ল মানকাচাৰত।
ভয়ঙ্কৰ বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ।নিশা শুই থাকোতেই ঘৰৰ ভিতৰেৰে পাৰ হল নদীৰ বাঢ়নী পানী।দৃশ্য মানকাচৰৰ কালাপানী ।নেৰেনেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পানী নামি আহি মানকাচৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ কৱলত।আৰু যোৱা নিশা মানকাচাৰৰ কালাপানীত সংঘটিত হ’ল এই ভয়ানক ঘটনাটো।