ধন আত্মসাৎ কৰাৰ অভিযোগ দায়িত্বত থকা বিষয়া
সঠিক তদন্তৰ দাৱী স্থানীয় গঞাৰ লগতে সচেতন যুৱকৰ।।
লংকাৰ লংকাজান কমলা বাগানৰ সমিপত ৰূপায়ণ কৰা অমৃত সৰোৱৰ আচনীৰ অধিনত পুখুৰীৰ খন্দাৰ কাম আৰম্ভ কৰি কাগজে কলমে তথ্য ভিত্তিক সম্পূৰ্ণ হোৱা দেখুৱাই ধন আত্মসাৎ কৰাৰ অভিযোগ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ বিৰূদ্ধে ।আনহাতে লামডিং বনাঞ্চলৰ সমিপত বনবিভাগৰ ভূমিত অমৃত সৰোৱৰৰ অধীনত উক্ত আচনীটো ৰূপায়ণৰ অভিযোগ স্থানীয় গঞা ৰাইজৰ।।অভিযোগ অনুসৰি আঁচনিৰ প্ৰথম কিষ্টিত অহা ২৫ লাখ টকাৰ মাত্ৰ কেইবা লাখ মান টকাৰে বাহিৰৰ পৰা শ্ৰমিক আনি খৰচ কৰি, কাম সম্পূৰ্ণ নকৰি মাথো পুখুৰীটোৰ পাৰৰ কিছু অংশ বান্ধিয়েই দায়িত্ব সামৰা অভিযোগ দায়িত্বত থকা অভিযন্তাকে ধৰি একাংশৰ বিৰুদ্ধে।।আনহাতে লংকাৰ লামডিং সমষ্টিত অমৃত সৰোৱৰ আঁচনি ৰূপায়নৰ নামত কেইবাটাও কামত আছে বহু দূৰ্ণীতিৰ অভিযোগ, I