যিবিধ ফল কাজু,বাদাম,কিচমিচ, খেজুৰ আদি ফলতকৈও বেছি মূল্যবান।
যিবিধ ফল কাজু,বাদাম,কিচমিচ, খেজুৰ আদি ফলতকৈও বেছি মূল্যবান।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অৰণ্যত সহজলভ্য ফল-মুল, যিবোৰ ফল পুষ্টিকৰ তথা ঔষধি গুণেৰে ভৰপূৰ। আৰু তেনে এক ফল হৈছে চিৰঞ্জী ফল। যিবিধ ফল সাৰাৰণতে উত্তৰ প্ৰদেশৰ চিত্ৰকূট অঞ্চলৰ অৰণ্যসমুহত পোৱা যায়।
কাজু,বাদাম,কিচমিচ, খেজুৰ আদি ফলতকৈও বেচি মুল্যবান ফলবিধ।
সাধাৰণতে গৰমৰ দিনত শুকান অৰণ্যত পোৱা এইবিধ ফলৰ বীজত ভিটামিন চি, ভিটামিন বি,এমিন’এছিড,ষ্টেৰিক এচিড আদিৰ দৰে বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপুৰ যিসমূহ উপাদান মানৱ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে।