লংকাৰ অকান্তুুৰ এগৰাকী ব্যক্তিৰ ঘৰত উদ্ধাৰ মৃতদেহ।।
লংকাৰ অকান্তুুৰ এগৰাকী ব্যক্তিৰ ঘৰত উদ্ধাৰ মৃতদেহ।।
নিশা নিজ বাসগৃহত শুই থকা অৱস্থাত আব্দুল ছামাদ নামৰ লোকজন মৃত অৱস্থাত উদ্ধাৰ।।
মৃতদেহটোৰ ডিঙিত আঘাতৰ চিন স্পষ্ট।।
কোনো লোকে হত্যা কৰা সন্দেহ পৰিয়ালৰ লোকৰ।।
কোনে কি কাৰণত আব্দুল জামানক হত্যা কৰিলে নে সেইয়া স্বাভাৱিক মৃত্যু সেইয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ অহা সম্ভৱনা।।
বৰ্তমান ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো লংকা আৰক্ষী থানাত ৰাখি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।