লংকাৰ কপিলীপাৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা ঘটনা।

0

লংকাৰ কপিলীপাৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা ঘটনা।

এগৰাকী অসহায় যুৱতীক ধৰ্ষণ এগৰাকী পাষণ্ডৰ।

প্ৰথমে এইগৰাকী যুৱকলৈ মন কৰক।

দেখাই শুনাই একেবাৰে হিৰ’যেন লগা এইজন হৈছে এজন ধৰ্ষণকাৰী।

নাম:-জুনাইদ হুছেইন তপাদাৰ।

হয়,এটি অনাক্ষাংকিত নিৰ্লজ্জ ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ অঞ্চল।

ঘটনাৰ অনুসৰি লংকাৰ কপিলীপাৰ মচাফৰ আলি তপাদাৰ এল পি স্কুল প্ৰধান শিক্ষক জাকিৰ হুছেইন তপাদাৰৰ পুত্ৰ তথা আইনৰ ছাত্ৰ লম্পট জুনাইদ তাপাদাৰে প্ৰেমৰ চলনাৰে গাঁৱৰে এগৰাকী ১৬ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি দেৰ মাহৰ অন্ত:সত্তা কৰি পলায়ন কৰে।

আনহাতে ঘটনাৰ বিষয়ে পিতৃ মাতৃহীনা যুৱতীগৰাকীৰ একমাত্ৰ ভাতৃয়ে কেৰেলাত কৰ্মৰত অৱস্থাতে খৱৰ পাই ঘৰলৈ আহি সমগ্ৰ ঘটনাৰ বিষয়ে লংকাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে লম্পট জুনাইদ হুছেইন তপাদাৰ

Leave A Reply

Your email address will not be published.