হোজাইত নাজিৰ আজমল মেমৰিয়াল কলেজত বুধববাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰা হয়।

0

হোজাইত নাজিৰ আজমল মেমৰিয়াল কলেজত বুধববাৰে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰা হয়।উক্ত সজাগতা সভাত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ সঞ্চালক খচৰুল ইছলাম,ৰেকভাৰী ৱেলনেছ ছোচাইটিৰ কাৰ্য্যকৰ্তা আৰু Miss Assam অনামিকা বৰা।উক্ত সজাগতা সভাত ড্ৰাগছ আসক্ত সকলক কিদৰে সুস্থ কৰিব পাৰি আৰু তেওঁ লোকক মাৰাত্মক ড্ৰাগছৰ পৰা কেনেকৈ আঁতৰাই ৰাখি এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰি,তাৰ ওপৰত বিশদবাবে আলোচনা কৰা হয়।সভাৰ শেষত এক সংবাদমেল সম্বোধন কৰি আজমল ফাউণ্ডেছনৰ সঞ্চালকে এনেদৰে প্ৰকাশ কৰে মন্তব্য। ইফালে উক্ত কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি পুৱা এক সজাগতা মূলক সমদলো বাহিৰ কৰা হয়।

Leave A Reply

Your email address will not be published.