অসভ্য নিৰ্লজ্জ,বিভিসৎ।পিতৃ শব্দক কলঙ্কৃত কৰিলে এগৰাকী পিতৃয়ে।
নিজ পিতৃৰ লগতেই সুৰক্ষিত নহয় জীয়ৰী।
ৰাজ্যত পুনৰ কামাতোৰ পিতৃৰ কামনাৰ বলি হল এগৰাকী নাবালিকা জীয়ৰী। টীয়কৰ জগদুৱাৰ বাগানত সংঘটিত হৈছে মানৱ সমাজক কলংকিত ঘটনা।পৰেশ ৰাজোৱাৰ নামৰ এগৰাকী কলংকিত পিতৃয়ে সংঘটিত কৰিলে এই ঘটনা।চতুৰ্থ শ্ৰেণীত পঢ়ি থকা কনমাণি জীয়ৰীক আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণ কৰে কামাতোৰ পিতৃয়ে।আৰু কণমানিজনীয়ে এই নিলজ্জ ঘটনাৰ বিষয়ে স্থানীয় লোকক জনোৱাৰ পাছতেই পাষণ পিতৃ পৰেশ ৰাজোৱাৰক উত্তম মধ্যম শুধাই আৰক্ষীক গতাই দিয়ে ৰাইজে।আনহাতে পূৰ্বেও এনে কাৰ্য সংঘটিত কৰি কাৰাগাৰৰ অন্ধ কোঠৰীৰ আলহী হৈছিল লম্পট পৰেশ ৰাজোৱাৰ।
–