Monthly Archives

June 2024

হোজাই তেতুলতলাত বিধ্বংসী অগ্নি কাণ্ড।

হোজাই তেতুলতলাত বিধ্বংসী অগ্নি কাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ যায় বেংকৰ এটা এ টি এম মেচিন আৰু দুখনকৈ দোকান।। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।। কেইবা লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষয়ক্ষতি

পেঙেৰীৰ টেকেৰীত হস্ত নিৰ্মিত বন্দুকসহ আটক দুই ডকাইতি

পেঙেৰীৰ টেকেৰীত হস্ত নিৰ্মিত বন্দুকসহ আটক দুই ডকাইতি।যোৱা ১২ জুন তাৰিখে টেকেৰীত সংঘটিত হৈছিল ডকাইতি ঘটনা।মহ ক্ৰয় কৰিব অহা তিনি তিনি ব্যক্তিৰ পৰা হস্ত নিৰ্মিত বন্দুক, আৰু চোকা অস্ত্ৰ দেখুৱাই লুটি নিছিল নগদ ১ লাখ ৭০ হাজাৰ টকা আৰু নথি

ডিগবৈ বৰজান শিৱ মন্দিৰৰ সমিপত পুৱায়েই উদ্ধাৰ

ডিগবৈ বৰজান শিৱ মন্দিৰৰ সমিপত পুৱায়েই উদ্ধাৰ এটা মৃতদেহ৷পানীত পৰি থকাৰ অৱস্থাত উদ্বাৰ মৃতদেহটো৷মৃতদেহটো বালিজান খ্ৰীষ্টান গাওঁৰ নিবাসী মটক মাৰ্চেল লবণ্ডুৰ চিনাক্ত কৰা হৈছে ৷কালি আবেলি দুই মান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ব্যক্তিগৰাকী।কালি

খেলপথাৰৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ মাজতেই বিপদসঙ্কুল ভাবে সেনা বাহিনীৰ বাবে শাৰীৰিক ব্যায়ামৰ…

খেলপথাৰৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ মাজতেই বিপদসঙ্কুল ভাবে সেনা বাহিনীৰ বাবে শাৰীৰিক ব্যায়ামৰ অব্যাহত ৰাখিছে যুৱক-যুৱতীয়ে ।। মুখ্যমন্ত্রীৰ আস্বাস ও গল অথলে।। আজি পুৱাই লংকা-নঁগাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰীত দেখা

পুৱাই নগাঁওত অঘটন।

পুৱাই নগাঁওত অঘটন। নগাঁওৰ কলং নৈত জাপ দিলে এগৰাকী ব্যক্তিয়ে।নগাঁও পৰিবহণ নিগমৰ কাৰ্যালয় সমীপৰ দলঙৰ পৰা জাপ দিলে কলং নৈত ।স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।নৈৰ পাৰত উদ্বাৰ মানুহজনৰ এজোৰ চেণ্ডেল।ঘটনাস্থলীত নগাঁও আৰক্ষী আৰু

হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ২০২৩-২৪ বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰা হয় ।

হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ২০২৩-২৪ বৰ্ষৰ ডেকাগিৰি বঁটা প্ৰদান কৰা হয় । হোজাই জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ২০২৩-২৪ বৰ্ষৰ সন্মানজনক ডেকাগিৰি বঁটা প্ৰদান কৰে

কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাঁচা।।

লামডিং সমষ্টিৰ লংকাত উপস্থিত কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাঁচা।।লংকাত উপস্থিত হোৱাৰ লগে লগেই লামডিং সমষ্টিৰ বিজেপি কৰ্মী সকলে নৱ নিৰ্বাচিত সাংসদ গৰাকীক জনাই উস্ম আদৰণি।।লংকাৰ মাজমজিয়াত থকা মা'

আমাৰাঙ্গা আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত সাংস্কৃতিক সন্ধিয়া।

আমাৰাঙ্গা আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত সাংস্কৃতিক সন্ধিয়া। দেওবাৰে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমৰাঙ্গাত আঞ্চলিক সাংস্কৃতিক মঞ্চ সৌজন্যত আমৰাঙ্গা কলামন্দিৰ প্ৰাঙ্গনত এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে।উক্ত সাংস্কৃতিক

নামনিমুৱা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনা গ্ৰন্থ।লাইনচুৎ হৈ ক্ষতিগ্ৰস্ত কেইবাটাও ডবা।

নামনিমুৱা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনা গ্ৰন্থ।লাইনচুৎ হৈ ক্ষতিগ্ৰস্ত কেইবাটাও ডবা।