Monthly Archives

June 2024

নেৰানেপেৰা বৰষুণৰ মাজতে হাজোৰ বৰুৱাবাৰীত ভয়ংকৰ ঘটনা।

নেৰানেপেৰা বৰষুণৰ মাজতে হাজোৰ বৰুৱাবাৰীত ভয়ংকৰ ঘটনা। হঠাতে খহি পৰিল বৰুৱাৰীৰ পুঠিমাৰী নৈৰ ওপৰৰ থকা পকী দলঙৰ এটা অংশ হাজো-বৰপেটা-নলবাৰী সংযোগী ৰাজপথত সংঘটিত এই ঘটনাএই ঘটনাত কথমপি ৰক্ষা ব্যস্ত ৰাজপথটেৰে সেই সময়ত অহাযোৱা কৰি থকা কেইবাখনো

বিদ্যুৎ মাছুলক লৈ অসম চৰকাৰৰ বৃহৎ ঘোষণা।

বিদ্যুৎ মাছুলক লৈ অসম চৰকাৰৰ বৃহৎ ঘোষণা।১ এপ্ৰিল, ২০২৫ৰ পৰা ৩০০ ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে বিদ্যুৎ শুল্ক এটকালৈ হ্ৰাস কৰাৰ সম্ভাৱনা।

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে টীয়কৰ জেহিদুলে।

হোজাইত ৫৫তম কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন । হোজাইৰ সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অসমীয়াৰ জাতীয় সংস্কৃতিৰ ত্ৰানকৰ্তা স্বৰূপ,অসমীয়া সংস্কৃতিৰ পূজাৰী, শিল্পী, সংগীতজ্ঞ, চিত্ৰকৰ, নৃত্যবিদ, কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা, মুক্তি

আজি পৱিত্ৰ ঈদ-উল-আযহা।ইছলাম ধৰ্মালম্বী লোকসকলৰ এক আবেগ “ঈদ-উল-আযহা”।

ইছলামিক চন্দ্ৰবৰ্ষৰ জ্বিলহাজ মাহত উদযাপিত এক ধৰ্মীয় অনুষ্ঠান ঈদ-উল-আযহা বা কুৰৱানী ঈদ।ঈদ-উল-আযহা মুলতঃ আৰবী শব্দ যদিও ইয়াৰ অৰ্থ ত্যাগৰ উৎসৱ। সেয়েহে এই পৱিত্ৰ উৎসৱক ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ উৎসৱ বা কুৰবানী ঈদ হিচাপে পালন কৰা

আজি পৱিত্ৰ ঈদ-উল-আযহা।ইছলাম ধৰ্মালম্বী লোকসকলৰ এক আবেগ “ঈদ-উল-আযহা”।

ইছলামিক চন্দ্ৰবৰ্ষৰ জ্বিলহাজ মাহত উদযাপিত এক ধৰ্মীয় অনুষ্ঠান ঈদ-উল-আযহা বা কুৰৱানী ঈদ।ঈদ-উল-আযহা মুলতঃ আৰবী শব্দ যদিও ইয়াৰ অৰ্থ ত্যাগৰ উৎসৱ। সেয়েহে এই পৱিত্ৰ উৎসৱক ইছলাম ধৰ্মালম্বী লোকসকলে ত্যাগৰ উৎসৱ বা কুৰবানী ঈদ হিচাপে পালন কৰা

কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাঁচা

লামডিং সমষ্টিৰ লংকাত উপস্থিত কাজিৰঙা লোকসভা সমষ্টি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাঁচা।। লংকাত উপস্থিত হোৱাৰ লগে লগেই লামডিং সমষ্টিৰ বিজেপি কৰ্মী সকলে নৱ নিৰ্বাচিত সাংসদ গৰাকীক জনাই উস্ম আদৰণি।।লংকাৰ মাজমজিয়াত থকা মা'

ডিগবৈত ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এম্বুলেঞ্চ আৰু চিকিৎসা সামগ্ৰী…

ডিগবৈ ভাৰতীয় তেল নিগম অসম সংমণ্ডলে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজি ৪ খন অত্যাধুনিক এম্বুলেঞ্চ আৰু চিকিৎসা সামগ্ৰী বিতৰণ কৰে।৩খন এম্বুলেঞ্চ তিনিচুকীয়া, ১খন অৰুণাচল প্ৰদেশ আৰু বহু প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ডিগবৈ অসমাৰিক চিকিৎসালয়লৈ

ৰণক্ষেত্ৰত পৰিণত এখন বিদ্যালয়।

এখন বিদ্যালয়ৰ সন্মুখত দুই ফৈদৰ মাজত তয়াময়া ৰণ। এখন বিদ্যালয় পৰিচালনা সমিতিৰ দুটা ফৈদৰ মাজত সংঘাত । এই নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে গোলকগঞ্জ শিক্ষাখণ্ডৰ ভাৰত বাংলাদেশ সীমান্তৰৰাখালপাটৰ সীমান্ত বিদ্যা নিকেতন এম ই স্কুলত।

হোজাই স্বাস্থ্য বিভাগে চলিত জুন মাহটো মেলেৰিয়া মাহ হিচাপে পালন।।

হোজাই স্বাস্থ্য বিভাগে চলিত জুন মাহটো মেলেৰিয়া মাহ হিচাপে পালন।। ইতিমধ্যেই জিলা স্বাস্থ্য বিভাগৰ অধীনৰ মেলেৰিয়া বিভাগত কৰ্মৰত কৰ্মচাৰী সকলে জিলাখনৰ ৰাইজক মেলেৰিয়াৰ ওপৰত সজাগতা অনাৰ ক্ষেত্রত লৈছে পদক্ষেপ ।। বৰ্তমানলৈকে হোজাই জিলাখনত

কাৰ্বি আংলঃ জিলাত – ফুলনি নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত৫০ বছৰীয়া বৃদ্ধ।

কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কথমপি প্ৰাণ ৰক্ষা পৰে এজন পথচাৰীৰ । জানিব পৰা মতে ফুলনি নগৰৰ ২৯ নং চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী দিশৰ পৰা ডিমাপুৰ