Monthly Archives

July 2024

ডিগবৈ চহৰৰ বহু অঞ্চলত কৃত্ৰিম বানপানী

ডিগবৈ চহৰৰ লাচিত নগৰ, আনন্দ পাৰা, যশোদা ৰোড, নেপালী বিষ্ণু মন্দিৰ আদি নগৰ অঞ্চলত কৃত্ৰিম বানপানী। পুৱা এজাক বৰষুণতে কিছু অঞ্চলত বহু লোকৰ ঘৰৰ ভিতৰত সোমালে পানী। ঘৰৰ ভিতৰত আৱদ্ধ লোক । ঘৰৰ ভিতৰত একাঠু পানী । পানীৰ সোতত ঘৰৰ ভিতৰত

ডিগবৈত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ।

ডিগবৈত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। ডিগবৈ বন আঞ্চলিক কাৰ্য্যালয় অধীনস্থ খেৰজান ভীমপথাৰ গাঁৱৰ পিছফালে পাতলীয়া হাবিত যোৱাকালি দেওবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু পশু চিকিৎসক ৰুবুল শইকীয়া

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা বাও ভৰিত গুলি লাগিল ৰাহুল হুছেইনৰ তদন্তৰ বাবে নি থাকোতে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৰাহুলে ২৬ জুলাইত আৰক্ষীৰ জালত পৰিছিল ৰাহুল হুছেইন। কিশোৰী হত্যাকাণ্ডৰ লগত জৰিত ৰাহুল হুছেইনক

নগাঁৱত চুৰিকাঘাটৰ ঘটনা

নগাঁৱত চুৰিকাঘাটৰ ঘটনা নগাঁও কচলুখোৱাত প্ৰতিবেশীৰ চুৰিকাঘাটত আহত হৈছে অঞ্জনা বৰা নামৰ এগৰাকী মহিলা । গুৰুত্বৰ ভাৱে আহত মহিলা গৰাকী বৰ্তমান নগাঁও এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধিন হৈ আছে মহিলা গৰাকীক চুৰিৰে আঘাট কৰি পলাতক অপু

ডিফুত পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰা প্ৰসংগত পূৱ কাৰ্বি আংলং

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ দ্বাৰা পিজিআৰ- ভিজিআৰ এলেকাত বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰিবলৈ কিছু দল-সংগঠন উঠি পৰি লাগিছে। কাৰ্বি আংলঙত পিজিআৰ-ভিজিআৰ এলেকাত অতীজৰ পৰাই বেদখল হৈ আহিছে। এদিন-দুদিনতে এই সমস্যা সমাধান কৰা সম্ভৱ

লামডিং ডোমুৰখলা অঞ্চলত নদীৰ মাজত এজন ব্যক্তিৰ মৃ*দেহ উদ্ধাৰ

দেওবাৰে ৰাতি লামডিং ডোমুৰখলা অঞ্চলত নদীৰ কাছত এজন ব্যক্তিৰ মৃ*দেহ উদ্ধাৰ হয়। মৃত ব্যক্তিজন লামডিং হৰলংফাৰ শীতলাবাৰী অঞ্চলৰ ৰিংকু মজুমদাৰ। বয়স আনুমানিক ৪৫ বছৰ। জানিব পৰা মতে বন্ধুৰ লগতে ব্যক্তি মাছ মাৰিবলৈ গৈছিল। কিন্তু হঠাৎ ব্যক্তি জনৰ

গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা পুত্ৰ ।

গৌৰীপুৰ গদাধৰ নদীত নাওদূৰ্ঘটনাত সন্ধানহীন পিতা —পুত্ৰ । ধুবুৰী জিলাৰ গৌৰীপুৰ গদাধৰ নৈত এই দৃৰ্ঘটনা সংঘটিত হয় ৷ সময় তেতিয়া অনুমানিক ৰাতি ৯ টা বাজিছিল, শ্বাবিনুৰ ৰহমান নামৰ যুৱক জনক দেউতাই নদীপাৰ কৰাৰ বাবে টুলুঙা নাওঁৰে যাত্ৰা কৰিছিল।

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷

নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷ সৰিয়হ খেতিৰ কাষত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ ৷ স্থানীয় লোকে বন্যহস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বন বিভাগক ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷ এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক।

আজি আগমনী থানাত চাৰিটা মাংসৰ বাইক আটক। জানিব পৰা মতে ভামোনডাংগা পাঠ ২ ৰ বাসিন্দা আবেদ আলী বহু দিনৰ পৰা ঘৰত অবৈধ ভাবে গো মাংসৰ ব্যাৱসায়ী চলাই আছিল। জানিব পৰা মতে আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নিৰ্দেশ মৰ্মে প্ৰদীপ সাহাৰ