হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।

0

হোজাইত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ।নেৰানেপেৰা বৰষুণৰ বাবে কপিলী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ঠেপলাগুৰি, যাঠিওৰা,কোঁমোৰাকাটা অঞ্চলকে ধৰি কেইবাখনো গাওঁ এতিয়া পানীৰ তলত।

Leave A Reply

Your email address will not be published.