অকল ৰাইজকে নহয়, সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰা এগৰাকী প্ৰবঞ্চক যুৱক দিপু মালাকাৰ।
অকল ৰাইজকে নহয়, সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰা এগৰাকী প্ৰবঞ্চক যুৱক দিপু মালাকাৰ। নিজ মাতৃৰ আবেগক লৈ ভিক্ষা বৃত্তিৰে ব্যৱসায় যুৱকজনৰ। অসম নৰ্থ ইষ্ট নিউজ লাইভ অনুসন্ধানত পোহৰলৈ আহিল যুৱকজনৰ প্ৰবঞ্চনাৰ প্ৰকৃত তথ্য।