বি টি আৰৰ পৰ্বতঝোৰাৰ বিভিন্ন অঞ্চল জলমগ্নঃ চৰকাৰাৰ নাই দৃষ্টিঃক্ষোভ উজাৰিলে ছাত্ৰ সংগঠৰ জিলা সভাপতি ৷
বি টি আৰৰ পৰ্বতঝোৰাৰ বিভিন্ন অঞ্চল জলমগ্নঃ চৰকাৰাৰ নাই দৃষ্টিঃক্ষোভ উজাৰিলে ছাত্ৰ সংগঠৰ জিলা সভাপতি ৷ৰাজ্যৰ উজনি অসমৰ শদিয়াৰ পৰা আৰাম্ভ কৰি নামনি অসমৰ মানকাৰচৰ আৰু বি টি আৰৰ বিভিন্ন জিলাত যোৱা কেইদিনৰ পৰা ধাৰাষাৰ বৰষুণৰ ফলত নৈ উপনৈ সমৃহৰ পানী বৃদ্ধি পোৱাত ৰাস্তা —ঘাট , মথাউৰি উঠাই লৈ যোৱাৰ হেজাৰ —হেজাৰ বাসগৃহ জলমগ্ন হোৱাৰ ফলত আতংকিত হৈ পৰিছে বানাক্ৰান্ত জনতাই ৷
✒️কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে ইতিমধ্যে বানাক্ৰান্ত অঞ্চললৈ মন্ত্ৰী — বিধায়ক —সাংসদ আৰু বিভাগীয় কৃৰ্তপক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজলৈ যাৱতীয় ব্যৱস্থা হাতত লৱলৈ কটকটীয়া নিৰ্দেশ প্ৰদান কৰিছে ৷
✒️বিভিন্ন জিলাত বানাক্ৰান্তলৈ ৰিলিফৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে ৷
✒️আনকি বানাক্ৰান্ত জনসাধাৰণ , পশুধন সমৃহ নিৰাপত্তা স্হানলৈ হস্তান্তৰ কৰাওঁ পৰিলক্ষিত হৈছে ৷
✒️কিন্ত বি টি আৰৰ পৰ্বতঝোৰাৰ বানাক্ৰান্ত জনসাধাৰণক এতিয়াও চৰকাৰৰ ফালৰ পৰা কোনো ধৰনৰ সহায় আগবঢ়োৱা নাই বুলি এই অভিযোগ তুলিছে পৰ্বতঝোৰা জিলা এবি এমছুৰ সভাপতি ছিদ্ৰিক আলী তালুকদাৰে ৷
✒️লগতে ছাত্ৰনেতা ছিদ্ৰিক আলী তালুকদাৰে কয় স্হায়নীয় বিধায়ক , MCLA , সাংসদ এতিয়া বানাক্ৰান্ত এলেকাত উপস্থিতহৈ কোনো পৰিস্থিতিৰ বুজ লোৱা নাই