আকৌ বানৰ কৱলত ধুবুৰীৰ ন-ন অঞ্চল।
আকৌ বানৰ কৱলত ধুবুৰীৰ ন-ন অঞ্চল। নামনি অসমৰ ধুবুৰী জিলাত আকৌ চলাইছে বান পৰিস্থিতিয়ে লৈছে সংহাৰীৰূপ ৷ বিশেষকৈ জিলা খনৰ বিলাসীপাৰা , দক্ষিণ শালমাৰা , গৌৰীপুৰ , ধুবুৰী আৰু গোলকগঞ্জ বিধানসভাৰ অন্তৰ্গত ন-ন অঞ্চল প্লাবিত হৈছে বানত। কেইবাদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ , টিপকাই , গৌৰাং , গধাদৰ , গংগাদৰ নৈৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ