অসম চৰকাৰৰ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত কমিউনিটি নাৰ্চাৰীত কঠিয়াতলী প্ৰস্তুত৷

0

অসম চৰকাৰৰ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত কমিউনিটি নাৰ্চাৰীত কঠিয়াতলী প্ৰস্তুত৷

এইবেলি বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলকৰ সুবিধাৰ্থে দক্ষিণ কামৰূপৰ ৰাণী কৃষি চক্ৰৰ অন্তৰ্গত গড়গড়াত সমূহীয়া কঠিয়াতলী প্ৰস্তুত কৰা হয়৷

উক্ত কমিউনিটি নাৰ্চাৰিৰ পৰাই বিনামূলীয়াকৈ কৃষকসকলক কঠিয়া যোগান ধৰা হব বুলি জানিব পৰা গৈছে।

উক্ত অনুস্থানটিত উপস্থিত থাকে ক্ৰমে ৰাণী কৃষি চক্ৰৰ কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মন, অসম কৃষক পৰিষদৰ সাধাৰণ সম্পাদক ফুলেনচন্দ্ৰ দাস, আৰু স্থানীয় কৃষক সকল৷

Leave A Reply

Your email address will not be published.