বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল।
বিধি উলংঘা কৰি কাকডোঙা ৰাইদাংজুৰি সমবায় সমিতিয়ে বিতৰণ কৰিছে চাউল। ৰাইদাংজুৰি সমবায় সমিতিৰ সম্পাদক নবীন পায়েঙে নিশা ১২ বজাত এজেণ্টৰ ঘৰে ঘৰে বিধি উলংঘা কৰি চোৰৰ দৰে চাউল বিতৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। ইফালে সমবায় সমিতিৰ গোদামত ষ্টক নেদেখুৱাই পোনে পোনে এজেণ্টৰ ঘৰে ঘৰে বিতৰণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে নিশা ১ বজাত ট্ৰাক খন দুঘটনাগ্ৰস্থ হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।