PGR/VGR বসবাস কৰা কোনো সাৰি নাযাব
PGR/VGR বসবাস কৰা কোনো সাৰি নাযাব। উচ্ছেদ কৰিবলৈ পুনৰ প্ৰশাসনৰ জাননী। ঠায়ে ঠায়ে আঁৰি
দিয়া হৈছে উচ্ছেদৰ জাননী PGR/VGR ভূমিত ঘৰ-দুৱাৰ সাজি থকা লোকলৈ উচ্ছেদৰ
জাননী প্ৰশাসনৰ অৱশ্যে PGR ভূমি চিনাক্তৰ বাবে এই ফলক আৰি দিয়া হৈছে বুলি মন্তব্য একাংশৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ঠায়ে ঠায়ে আৰি দিয়া হৈছে পিজি আৰ ভূমিৰ ফলক।
CEM তুলিৰাম ৰংহাংৰ উপস্থিতিত ডংকামোকাম চক্ৰ বিষয়া কাৰ্য্যলয়ৰ পৰা আৰিছে এই ফলক।
ফলক আৰি দিয়া হৈছে খেৰনিৰ ফৰেষ্ট বজাৰ, টিলা বস্তি, নেপালী বস্তি, কছাৰী বস্তি, ৰাজা ডুবী , বাগিছা ডুবী, যামপথাৰ আদি অঞ্চলত। পিজিআৰ লিখা ফলক আৰি দিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে জিলা খনত। ফলক আৰি দিয়া স্থান সমূহত শীঘ্ৰে উচ্ছেদ চলাৰ কৰা হৈছে আশংকা। আনহাতে পিজিআৰ ভূমি চিনাক্তৰ বাবে এই ফলক আৰি দিয়া হৈছে বুলি প্ৰতিক্ৰিয়া অঞ্চলটোৰ যুৱকৰ।