Monthly Archives

July 2024

এই মূহুৰ্তৰ এক ডাঙৰ খৱৰ।

এই মূহুৰ্তৰ এক ডাঙৰ খৱৰ। এইবাৰ অবৈধ গো মাংস দোকানীৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। ডবকাত আৰক্ষীৰ এনকাউন্টাৰত গুলিবিদ্ধ এজন অবৈধ গো মাংস দোকানী। গুলি বিদ্ধ লোকজনৰ নাম জাকিৰ হুছেইন। লগতে আটক আঠ জন দোকানী। আৰক্ষীক চোকা অস্ত্ৰৰে

ডিগবৈ পেঙেৰী পথত নিশা অঘটন ।

ডিগবৈ পেঙেৰী পথত নিশা অঘটন । পেঙেৰীৰ বনাঞ্চলৰ মাজৰ পথত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আগুছি ধৰিলে এখন এম্বুলেন্স। জৰুৰীকালীন সেৱাৰ চাইৰেনেও পথৰ পৰা তলত নমাব নোৱাৰিলে বনৰীয়া হাতীক। প্ৰায় এক ঘণ্টা সময় ৰৈ থাকিব লগা হোৱাত সময় মতে নাপালেগৈ

বানপীড়িত লোকৰ খৱৰ সময়ত এগৰাকী দিব্যাঙ্গ যুৱকৰ সৈতে বন্ধু সুলভ আচৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

বানপীড়িত লোকৰ খৱৰ সময়ত এগৰাকী দিব্যাঙ্গ যুৱকৰ সৈতে বন্ধু সুলভ আচৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বুঢ়ীদিহিং মৌজাৰ টেকেৰী গাৱৰ প্ৰায় ৪০০ বানাক্ৰান্তক খাদ্য সামগ্ৰী প্ৰদান…

তিনিচুকীয়া জিলাৰ অন্যতম বানাক্ৰান্ত অঞ্চল বুঢ়ীদিহিং মৌজাৰ মাৰ্ঘেৰিটাৰ টেকেৰীত আজি ডিগবৈৰ আছুয়ে খাদ্য সামগ্ৰী বিতৰণ কৰে । বুঢ়ীদিহিং নৈৰ বাঢ়নি পানীত ক্ষতিগ্ৰস্ত হৈ টেকেৰী মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় লৈ থকা প্ৰায় চাৰিশটা

असम में अगले दो दिनों तक बाढ़ की आसंका।

असम के मुख्यमंत्री डॉ हेमन्त बिश्वा शर्मा ने पत्रकारों से कहा चार और पांच जुलाई भूटान छोड़ सकता है, पानी भूटान अगर पानी छोड़ता है तो असम के तीन ज़िला अधिक प्रभावित हो सकता है, धुबड़ी, गोवालपरा, और बरपेटा जिला अधिक प्रभावित होने की आसंका

মালিগাঁও চাৰিআলি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ l

কামাখ্যা ষ্টেচনৰ মালিগাঁও চাৰিআলি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ l

ধুবুৰী জিলাৰ আগমনীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ।

ধুবুৰী জিলাৰ আগমনীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ। কৃত্ৰিম বানৰ বাবে সাধাৰণ ৰাইজে ভুগিব লগীয়া হৈছে যমৰ যাতনা। সমগ্ৰ ৰাজ্যৰ লগতে আগমনীৰ বিভিন্ন অঞ্চলত দেখা গৈছে কৃত্ৰিম বানৰ তাণ্ডৱ। যোৱা ১২ ঘন্টা ধৰি ধাৰাষাৰ বৃষ্টিপাতৰ ফলত অঞ্চলতোৰ

ধুবুৰীত বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীৰ নতুন কৌশল।

ধুবুৰীত বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে চোৰাং সৰবৰাহকাৰীৰ নতুন কৌশল। ধুবুৰী জিলাৰ গোলকগঞ্জ গংগাধৰ নৈৰ পানী বৃদ্ধি হোৱাৰ লগে লগে চোৰাং গৰু সৰবৰাহকাৰীয়ে ব্যবহাৰ কৰে নদী পথ। আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ আৰক্ষীয় জব্দ কৰে গৰু ভৰ্তি নাওঁ । পুৱা

মাজুলীৰ বানপানীৰ বুজ লোৱাৰ সময়তে এটি কণমাণিক কোলাত তুলি ল’লে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

মাজুলীৰ বানপানীৰ বুজ লোৱাৰ সময়তে এটি কণমাণিক কোলাত তুলি ল'লে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

ডিফুৰ হাফজান পথৰ হিদিছাজিৰ গাঁৱত অঘটন।

ডিফুৰ হাফজান পথৰ হিদিছাজিৰ গাঁৱত অঘটন। ডিফু নদীৰ প্ৰৱল সোঁতত পৰি সন্ধানহীন ডিফুৰ এগৰাকী কিশোৰী। কিশোৰী গৰাকী ডিফুৰ ছেৰমিলা ৰংফাৰপী মঙলবাৰে দুপৰীয়া সমনীয়াৰ সৈতে ঘৰৰ নদীৰ পাৰলৈ গৈছিল কিশোৰী গৰাকী। নদীৰ পাৰত খেলি থকা অৱস্থাতে কিশোৰীগৰাকী