Monthly Archives

July 2024

লংকাত দুদিনীয়া কাৰ্য্যসূচীৰে অসমীয়া শিখ মহিলা কল্যাণ সমিতিৰ প্ৰতিষ্ঠা দিৱস উৎযাপন

লংকাত দুদিনীয়া কাৰ্য্যসূচীৰে অসমীয়া শিখ মহিলা কল্যাণ সমিতিৰ প্ৰতিষ্ঠা দিৱস উৎযাপন।। হোজাই জিলাৰ লংকাত অসমীয়া শিখ মহিলা কল্যাণ সমিতিৰ উদ্যোগত ২০ আৰু ২১ জুলাই দুদিনীয়া কাৰ্য্যসূচীৰে অসমীয়া শিখ মহিলা কল্যাণ সমিতিৰ প্ৰতিষ্ঠা দিৱস

শাওঁন কেৱল এটা মাহেই নহয়,শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ

শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ শাওঁন কেৱল এটা মাহেই নহয়, শাওঁন মানেই অসমীয়া চহা কৃষকৰ হেঁপাহ শাওঁন মানেই চহা কৃষকৰ আশা। সেয়েহে শাওঁনৰ পথাৰত দেখা যায় অসমীয়া চহা কৃষকৰ ব্যস্ততা। জাক জাক ৰাংঢালী ৰোৱনীৰ এমোকৰা হাঁহিয়ে

কাছাৰৰ চেকাৰচামত আতঙ্ক l

কাছাৰৰ চেকাৰচামত আতঙ্ক l জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে চেকাৰচামবাসী। ভয় শংকাত জীয়াই থাকিব লগা হৈছে চেকাৰচামবাসী ৰাইজ । গাঁওত থকা ৰাইজে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অঞ্চলটোত এটা স্থায়ী সীমান্ত আউটপোষ্ট স্থাপনৰ বাবে

দলগাৱঁত ভূ মাফিয়াৰ দপদপনি ।

বলপূৰ্বক ভূমি বেদখলৰ চেষ্টা ।‌ দলগাৱঁত ভূ মাফিয়াৰ দপদপনি । বলপূৰ্বক ভূমি বেদখলৰ চেষ্টা ।‌ ।‌ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাঝাৰ গাঁৱৰ চান মিঞাৰ পুত্ৰ ৰফিকুল ইছলামৰ মাটি বেদখল কৰাৰ চেষ্টা চলাইছে এটা দুষ্ট চক্ৰই । জানিব পৰা

নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য

নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। ছাইবাৰ ক্ৰামৰ লগত জড়িত পাঁচ অপৰাধীক গ্ৰেপ্তাৰ । নগাঁও উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া নেতৃত্বত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান । ছাইবাৰ ক্ৰমৰ লগত জড়িত অপৰাধী কেইটা হ'ল- চাহিন শ্বাহ আলম , নুৰুল

পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি

পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। পলাশবাৰীত পকী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। ৬২ লাখটকীয়া পকীপথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি। নিৰ্মাণ সম্পূৰ্ণ নোহওতেই খহিল লোকনিৰ্মান বিভাগৰ পকীপথ৷আপুনি নিজেই প্ৰত্যক্ষ কৰক এইদৰেই

অসমীয়াত এষাৰ কথা আছে, এশ গৰু মাৰিলে বাঘৰ মৰণ

অসমীয়াত এষাৰ কথা আছে,এশ গৰু মাৰিলে বাঘৰ মৰণ, এতিয়া তেনেকুৱাই অৱস্থা হৈছে একাংশ বিজেপিৰ মন্ত্ৰী বিধায়কৰ। নিৰ্বাচনৰ সময়ত ৰাইজক মিছা প্ৰতিশ্ৰুতিৰেডাঙৰ ডাঙৰ সপোন দেখুৱাৰ ফল ভুগিছেএতিয়া একাংশ মন্ত্ৰী বিধায়কে। তেনে ফল ভুগিবলগীয়া

নগাঁওবাসীৰ বাবে সুখবৰ

নগাঁওবাসীৰ বাবে সুখবৰ । শনি আৰু দেওবাৰে গুৱাহাটীৰ এপল' হাস্পতালৰ তিনিগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব নগাঁৱত । ২০ জুলাই অৰ্থাৎ শনিবাৰে নগাঁও চহৰৰ ড৹ হিউজ ৰোডৰ আল্ট্ৰালেব চেণ্টাৰত উপস্থিত থাকে বুকু আৰু হাওঁফাওঁ ৰ ৰোগ বিশেষজ্ঞ ডাঃ

নগাঁও প্ৰধান ডাকঘৰত গ্ৰাহক সজাগতা সভা।

নগাঁও প্ৰধান ডাকঘৰত শনিবাৰে এক গ্ৰাহক সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা। জাতীয় সংগীতেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত গ্ৰাহক সকলক ভাৰতীয় ডাক বীমা, ডাক ঘৰৰ চেভিংচ