Monthly Archives

July 2024

নিশা নগাঁৱৰ কঠিয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড

নিশা নগাঁৱৰ কঠিয়াতলীত লোমহৰ্ষক হত্যাকাণ্ড ৷ এজন চৰকাৰী গাঁওবুঢ়াক ডিঙি কাটি হত্যা ৷ কঠিয়াতলী দৈনিক বজাৰৰ এখন দোকানৰ সন্মুখতে এই হত্যাকাণ্ড ৷ নিহত গাঁওবুঢ়া জন চিৰন্তন বৰদলৈ ৷ নামবৰ লালুং গাঁৱৰ গাঁওবুঢ়া আছিল লোক জন ৷ কোনো দূৰ্বৃত্তই দাৰে

আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে, কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা

বেলেগত চৰাই উৰে পিছে অসমত কণী। কথাষাৰ কিয় কলো আপুনি হয়তো নিশ্চয় ভাবিছে। আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বত্ৰে উন্নয়ন হৈছে বুলি

এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ

এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ। জনহিতাৰ্থে সেৱা আগবঢ়োৱাৰ সপোন দেখিছিল সি। কিন্তু সপোন পূৰণত হেঙাৰ হিচাপে থিয় দিছে এক জটিল ৰোগে। হয় আজিৰ প্ৰতিবেদনটো অলপ সুকীয়া। আমি কবলৈ লৈছোঁ নগাঁওৰ চুতীয়া গাৱঁৰ এটি মৰমলগা কিশোৰ

হোজাইৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি

হোজাইৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। কথমপি প্ৰাণ ৰক্ষা এগৰাকী ব্যক্তিৰ। ৪৪০ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰে এজন ব্যক্তিৰ ওপৰত। হোজাই পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ বিদ্যানগৰত সংঘটিত হয় ঘটনাটো। বিদ্যুতৰ খুটি চাপৰ হোৱাৰ বাবে

অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ

অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ।ছাগলীয়া আৰক্ষীৰ অভিযান উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।বিহাৰৰ পৰা বৰপেটাৰ অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আল্ট্ৰা বাহনত তালাচিচলায়

জুৱাৰ বিৰুদ্ধে নগাঁৱৰ কচুৱা আৰক্ষীৰ অভিযান

জুৱাৰ বিৰুদ্ধে নগাঁৱৰ কচুৱা আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত দুজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।কচুৱা মাধৱপাৰাৰ পৰা আটক কৰে জুৱাৰী কেইটাক। আটক কৰা জুৱাৰী দুটা ৰজাআলীৰ ইমৰান হুছেইন আৰু ধনচিলা ইছলামপুৰৰ ইব্রাহিম আলী। জুৱাৰী দুটাক আটক কৰি তদন্ত

দেশত এতিয়া চৰ্চা কেৱল অনন্ত আম্বানীৰ বিয়া। পিছে তাৰ মাজতেই বাঢ়িছে সাধাৰণ জনতাৰ বোজা।

দেশত এতিয়া চৰ্চা কেৱল অনন্ত আম্বানীৰ বিয়া। দেশী বিদেশী তাৰকাৰে ভৰিছে আম্বানীৰ বিয়াঘৰৰ ৰভা। পিছে তাৰ মাজতেই বাঢ়িছে সাধাৰণ জনতাৰ বোজা। ঠিকেই বোজা বাঢ়িছে সাধাৰণ জনতাৰ।বজাৰত শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিয়ে জুৰুলা

নগাঁৱৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যু।

নগাঁৱৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যু। নগাঁও জিলাৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ কালি বিয়লি আকস্মিক ভাবে মৃত্যু হয়। সদা হাস্য মুখে থকা অখিল দাস মৃত্যুৰ কিছু সময় আগলৈকে সুস্থ হৈ আছিল। দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱৰ

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ…

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ | ৰজাপুখুৰীৰ এজন লোকৰ ঘৰৰ ধানৰ ডুলিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ গুৱাহাটীৰ পৰা অহা

ধুলাৰ টাংনী বজাৰত কদৰ্য্যময় ৰূপ ।

ধুলাৰ টাংনী বজাৰত কদৰ্য্যময় ৰূপ । বোকাময় পৰিৱেশৰ মাজত মাছ বিক্ৰী ক্ৰেতা বিক্ৰেতাৰ মাজত হাহাকাৰ । মহলদাৰৰ বিৰুদ্ধে ক্ষোভ মৎস্য বিক্ৰেতাৰ দৰঙৰ ধুলাৰ টাংনী বজাৰত সৃষ্টি হৈছে বোকাময় পৰিস্থিতি । বজাৰ নহয় যেন কঠিয়া ৰোৱা পথাৰ হে ।