গুৱাহাটীৰ পাছত এতিয়া নগাঁৱত কৃত্ৰিম বানপানী।

0

গুৱাহাটীৰ পাছত এতিয়া নগাঁৱত কৃত্ৰিম বানপানী।

কৃত্ৰিম বানপানীত ডুব গৈছে নগাওঁ চহৰৰ কেইবাটাও অঞ্চল।

নগাওঁ চহৰৰ আই.টি.আই পথ, লক্ষীনগৰ চাৰিআলিকে আৰু নগাঁও জিলা কংগ্ৰেছ অফিচকে আদি কৰি কেইবাটাও অঞ্চল এতিয়া ডুব গৈছে বানপানীত।

ধাৰাষাৰ বৰষুণৰ ফলত এতিয়া নগাওঁ চহৰৰ এই অঞ্চল সমূহ পানীত ডুব যোৱাৰ ফলত জীয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজ, কন কন ছাত্ৰ-ছাত্ৰী সকলে।

ঘৰৰ ভিতৰত এতিয়া একাথোলৈকে সোমাইছে পানী । কিন্তু নগাঁও জিলা পৌৰসভা এতিয়া লৈকে কোনো ধৰণৰ ব্যৱস্হা লোৱা পৰিলক্ষিত হোৱা নাই।

Leave A Reply

Your email address will not be published.