চাপৰৰ ধীৰেৰচৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
চাপৰৰ ধীৰেৰচৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি ধীৰেৰচৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তত একাংশ দুখীয়া মহিলাৰ ৰুদ্ৰ মূৰ্তি ধাৰণ পি এম বিশ্বকৰ্মা আঁচনিত জমা দিব লগা দৰ্জী,চেলুন আদিৰ চাৰ্টিফিকেট বনোৱাৰ নামত দুখীয়া মহিলা পুৰুষৰ পৰা ৫০০ টকাকৈ ধন সংগ্ৰহ তাৰাংগাপুৰৰ বাসিন্দা ছফিয়ৰ ৰহমানৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ভুক্তভোগীৰ তাকে লৈ পঞ্চায়তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ উল্লেখ্য যে পি এম বিশ্বকৰ্মা আঁচনিত দৰ্জী,চেলুন আদিৰ নামত চাৰ্টিফিকেট বনাই দিয়াৰ বাবদ বহু পুৰুষ মহিলা ৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ ছফিয়ৰ ৰহমানৰ বিৰুদ্ধে অৱশেষত পঞ্চায়তত পুৰুষ মহিলা সকলে উপস্থিত হোৱাত পঞ্চায়তৰ বিষয়া সকলে চাৰ্টিফিকেট বিচৰাত ওলাই পৰে উৰহী গছৰ ওৰ দালালৰূপী ছফিয়ৰ ৰহমান নামৰ ব্যক্তি জনে বহু পুৰুষ মহিলাৰ পৰা ৫০০ টকাকৈ লৈ কোনো ধৰণৰ চাৰ্টিফিকেট প্ৰদান নকৰিলে উপায়হীন হৈ পুৰুষ মহিলা সকলে ধীৰেৰচৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে