তালাপ আহুবাৰীত কিষান সমাজৰ(কঢ়াঁৰ) জাতি এক বিৰল কায্যসূচী পালন।

0

তালাপ আহুবাৰীত কিষান সমাজৰ(কঢ়াঁৰ) জাতি এক বিৰল কায্যসূচী পালন।
সদৌ অসম কিষান(কঁঢ়াৰ)জাতি মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিশ্ব প্ৰকৃতি পূজক দিৱস উদযাপন ।WORLD INDIGENOUS DAY CELEBRATION তালাপ আৰক্ষী চকী অন্তৰ্গত আহুবাৰী বিনোদন কেন্দ্ৰৰত অনুষ্ঠিত আজি ইং৯/৮/২০২৪,(যূগাব্দ ৫১২৬)চনত পুৰ্বৰ আদিবাসী কিষান জাতিৰসকলে আজিঁও প্ৰাকৃতিৰ পূজক হিচাপে ৰিতি- নিতি অনুযায়ী পালন কৰি আহিছে। আজি পূৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে শ্ৰীকালাকান কিষান কেন্দ্ৰীয় সমিতিৰ সহ:সা:সম্পাদকে। পূৱা:–৯-৩০ বজাত স্মৃতি তৰ্পন কৰে শ্ৰীৰাজেশ কিষান সভাপতি কেন্দ্ৰীয় সমিতি। পূৱা ১০-৩০ বজাত কিষান সমাজৰ আজিৰ কায্যসূচীত বিশ্ব প্ৰাকৃতি পূজক দিৱস পালৰ্ণাথে এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় উক্ত কাৰ্যসূচী ৰুপায়ন/সভাপত্বিত কৰে শ্ৰী কালাকান কিষানে। আজিৰ এই কায্যসূচীত নিৰ্দিষ্ট বক্তা কিষান সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উপস্থিত থাকাৰ লগতে শ্ৰীৰকী কিষান সাংগঠনিক সম্পাদক,শ্ৰীযুত্তা মামুনী কিষান কাৰ্য্যনিৰ্বাহক সদস্যা আৰু শ্ৰী বিনোদ কিষিনৰ লগতে তালাপ আহুবাৰী কিষান সমাজৰ বিৰল সমাবেশেৰে সদৌ অসম কিষান (কুঢ়াঁৰ) জাতিৰ বিশ্ব প্ৰাকৃতিক পূজক দিৱস পালপ কৰা দেখা যায়।

Leave A Reply

Your email address will not be published.