SI জোণমনি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটনা কুখ্যাত হাছিনা বেগমক গ্ৰেপ্তাৰ।

0

SI জোণমনি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটনা কুখ্যাত হাছিনা বেগমক গ্ৰেপ্তাৰ।
গুৱাহাটী মহানগৰীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ।
নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ ধন লৈছিল হাছিনাই।
বিহপুৰীয়া OC আৰু বঙালমৰা IC ৰ নামত ধন লৈছিল হাছিনাই।
হাছিনাৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ।
নিজৰ মতে নচলিলে আৰক্ষী বিষয়কো হাছিনাই দিয়ে বদলি কৰাৰ ভাবুকি।
বিগত ৩/৪ দিনে হাচিনাক বিচাৰি অভিযান চলিছিল আৰক্ষীৰ।
দিছপুৰ থানাৰ কাষতে
থকা হোটেল বাৰিষ ল’জৰ পৰা পুৱা গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীৰ।
ধন সংগ্ৰহৰ লগত জড়িত হাছিনাৰ আন এগৰাকী সহযোগী ফকৰুদ্দিনকো হোটেলৰ পৰাই গ্ৰেপ্তাৰ কৰে।
একেটা কোঠালীৰ পৰা পুৱা গ্ৰেপ্তাৰ দুয়োকে।
ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ৰ অধীনত বিহপুৰীয়া থানাৰ গোচৰ নং 121/24
U/S 318(4)/316(2)308(4)3(5) গ্ৰেপ্তাৰ হাছিনা আৰু ফকৰুদ্দিনক।

Leave A Reply

Your email address will not be published.