স্বধীনতা দিৱসৰ উপলৈক্ষে বোকাজান পুলিচৰ সহযোগত বাহিৰ কৰা হয় বৃহৎ ৰেলি l

0

স্বধীনতা দিৱসৰ উপলৈক্ষে বোকাজান পুলিচৰ সহযোগত বাহিৰ কৰা হয় বৃহৎ ৰেলি

বৃহস্পতি বাৰে সমগ্ৰ দেশে উদযাপন কৰিব ৭৮সংখ্যক স্বাধীনতা দিৱস।সমগ্ৰ দেশে স্বাধীনতা দিৱসৰ উদযাপন ৰ বাবে চলাইছে বৃহৎ প্ৰস্তুতি।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজান আৰক্ষীয়েও স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত থানাৰ প্ৰাংগণৰ পৰা আৰক্ষী প্ৰশাসন,CRPF বাহিনী, গাওঁৰক্ষী বাহিনীকে আদি কৰি কেইবাটাও দল সংগঠন যোগ হৈ বোকাজান ৰেলৱে ষ্টেশ্যনৰ লৈকে বাহিৰ কৰে এক বৃহৎ পদ ৰেলি।

ৰেলি টো শুভাৰম্ভ কৰে বোকাজানৰ SDPO আৰু বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে

Leave A Reply

Your email address will not be published.