পশ্চিমবংগত সংঘটিত ধৰ্ষণ কাণ্ডৰ বিৰোধিতাৰে হোজাইত ডঃ আৰু কৰ্মচাৰীৰ প্ৰতিবাদ।

0

পশ্চিমবংগত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দৰে জঘন্য কাণ্ডৰ বিৰোধিতাৰে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিবাদমুখী পৰিস্থিতি। উক্ত জঘন্য কাণ্ডৰ বিৰোধিতাৰে হোজাইত ডাক্তৰ আৰু কৰ্মচাৰীৰ প্ৰতিবাদ। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আপাতকালীন চিকিৎসা সেৱাৰ বাহিৰে সমূহ সেৱা বাতিল কৰি চিকিৎসক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। আন চিকিৎসালয়ৰ সৈতে হোজাই ষ্টাৰ হেলথ কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ ডাক্তৰ আৰু কৰ্মচাৰী সকলেও সাব্যস্ত কৰিলে প্ৰতিবাদ। নাৰী সুৰক্ষা আৰু জঘন্য কাণ্ডৰ তীব্ৰ বিৰোধীতা কৰি দোষীক উচিত শাস্তি বিহাৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে।

Leave A Reply

Your email address will not be published.