তিনিচুকীয়া দুলীয়াজান পথৰ কাষতে অৱস্থিত ঐতিহাসিক টিলিঙা মন্দিৰ।
তিনিচুকীয়া ৰ টিলিঙা মন্দিৰত শাওন মাহৰ কোনোবা এটা দিনত।।
তিনিচুকীয়া দুলীয়াজান পথৰ কাষতে অৱস্থিত ঐতিহাসিক টিলিঙা মন্দিৰ। এই পবিত্ৰ মন্দিৰলৈ দূৰ দূৰণিৰ পৰা ভক্ত প্ৰাণ ৰাইজে মনৰ আশা পূৰণ কৰিব লৈ সেৱা আগবঢ়ায় । অসমৰ বাহিৰৰ পৰা ও ভক্ত আহি ইয়াত সেৱা আগবঢ়ায়।
বছৰ ৰ আটাইকেইটা সোমবাৰ তে ভক্ত দেখা যায়। শাওন মাহৰ দিন কেইটাত ভক্ত অধিক দেখা পোৱা যায়।
মন্দিৰ ৰ পূজাৰী জনৰ মতে তেওঁ এই মন্দিৰ টোত ১৯৬৪ চনৰে পৰা সেৱা আগবঢ়ায় আহিছে।।। তেওঁ লগতে তেওঁ পুত্ৰ ই সহায় আগবঢ়ায় আহিছে।