পশ্চিমবঙ্গত যি হত্যাকাণ্ড বা ধৰ্ষণ কৰা ঘটনা

0

যোৱা ৯তাৰিখে পশ্চিমবঙ্গত যি হত্যাকাণ্ড বা ধৰ্ষণ কৰা ঘটনা সংগঠিত হৈছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাই তাৰ বাবে দেখা গৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগত আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সকলো ডক্টৰ দোষীক কঠোৰতম্ শাস্তি প্ৰদান কৰাক লৈ প্ৰতিবাদ অব্যহত কৰিছে আৰু তেখেত সকলৰ মন্তব্য হিংসা নহয় আমাৰ কাম্য ন্যায় আৰু সুৰক্ষা আমাৰ প্রাপ্য তেখেত সকলকলৰ সুৰক্ষা বিচাৰি এনে ধৰণৰ প্ৰতিবাদ কৰিছে আৰু লগতে অচল কৰি ৰাখিছে চিকিৎসা সেৱা , বিনা চিকিৎসাৰে উভটিল সাধাৰণ ৰোগী ।।

Leave A Reply

Your email address will not be published.