উত্তৰ গুৱাহাটী অভয়পুৰৰ অসহায় এটি পৰিয়ালে নিজৰ পৈতৃক সম্পত্তিৰ বাবে খাইজে হাবাঠুৰি।

0

যতিন হাজৰিকা আৰু তেখেতৰ পত্নীৰ
অভিযোগ অনুসৰি গুৱাহাটী উত্তৰ গুৱাহাটী সঙযোগি দলঙ নিৰ্মাণৰ বাবদ তেওঁলোকৰ ১২ লেচা মাটি অধিগ্ৰহণ হয় । আৰু ১২ লেচা মাটিৰ অধিগ্ৰহণৰ হোৱাৰ বাবদ পৰিয়ালটোৱে ১৩ লাখ টকা পাইছিল , কিন্ত পৰিয়ালটোৰ অভিযোগ অনুসৰি ১২ লেচা মাটিৰ উপৰিও দলঙ নিৰ্মাণৰ বাবে অহা s p চিঙৰাৰ লোকে আহি তেওঁলোকৰ থকা ঘৰটো ভাঙি পেলাইছিল । উপাইহিন হৈ পৰিয়ালটোৱে কামৰূপ উপায়ুক্তৰ কাখ চাপি সকলো কথা লিখিত আকাৰে অবগত কৰে । পৰিয়ালটোৱে তেওঁলোকৰ মাটিখিনি বাতোৱাৰা কৰি দিয়াৰ আবেদন কৰিছিল যদিও মন্দলে বাৰে বাৰে ভুল ৰিপৰ্ট দি পৰিয়ালটোক হাৰাশাস্তি কৰে বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে । বিগত পাঁচ বছৰে তাত বাটি কাঢ়ি ন্যায় নোপোৱা পৰিয়ালটোৱে সংবাদ মাধ্যমৰ কাখ চাপিব লগিয়া হয় । আৰু অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাই যাতে পৰিয়ালটোৱে ন্যায় পাঁই ।

Leave A Reply

Your email address will not be published.