চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সমাপণ ।।
চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সমাপণ ।।
byte অসম প্ৰেক্টকেমেকেলচৰ উপাধ্যক্ষ হেমন্ত গগৈ
byte সভাপতি পৰ্যটন প্ৰকল্পৰ কৃষ্ণ কান্ত হাজৰিকা
Vo আজি ইংৰাজী 25/08/24 তাৰিখে চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সধাৰণ সভা ২০২১-২০২৪ বৰ্ষ ৰ অনুষ্ঠিত হয় । সভাত আদৰণি ভাষণ জনাই কৃষ্ণ কান্ত হাজৰিকা ই । সাধাৰণ সভা ৰ উপলক্ষে আয়োজন কৰা ছবি অঁকা প্ৰতিযোগিতা ৬৮ জন প্ৰতিযোগি এ অংশগ্ৰহণ কৰে। ছবি অঁকা প্ৰতিযোগিতা ৰ চমু ভাষণ প্ৰদান কৰি শুভাৰম্ভ কৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান শিক্ষয়িত্ৰী চামেলি নক্টে গগৈ, অনুষ্ঠানত প্ৰতিযোগি সকলৰ উদ্দেশ্য চমু বক্তৃব্য ডাঙি ধৰে অসম প্ৰেক্টকেমেকেলচৰ উপাধ্যক্ষ হেমন্ত গগৈ আৰু সমাজসেৱিকা পদ্মা গগৈ।
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত আহোম বুৰঞ্জী বিষয়ত কুইজ আৰু আকস্মিক বক্তৃতা অনুষ্ঠান আয়োজন কৰা আছিল যদিও নানা কাৰণত সেই অনুষ্ঠান বাতিল কৰি আজি ছবি অঁকা প্ৰতিযোগি সকলৰ ঞঞমাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছবি অঁকা প্ৰতিযোগিতা মুঠ ৬৮ জন প্ৰতিযোগি এ অংশগ্ৰহণ কৰে। বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ত মুঠ ৬০ জন পুৰুষ মহিলা এ অংশগ্ৰহণ কৰে। ইয়াৰে ১৬ গৰাকী ৰোগীক চকুত কেটেৰেট পৰা বাবে অহা ২৭/৮/২৪ তাৰিখে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় লৈ চিকিৎসা ৰ বাবে প্ৰেৰণ কৰিব।।
ছবি অঁকা প্ৰতিযোগিতাত বিজয়ী সকলক এখনি মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।
সভাত অসম চিকিৎসা মহাবিদ্যালয় চকু চিকিৎসক সকলক, কেন্দুগুৰি গাওঁ পঞ্চায়তৰ সভাপতি/ সম্পাদক, লক্ষেশ্বৰ বৰুৱা পৰিয়াল বৰ্গ ক, যি সকলে আৰ্থিক ,কায়িক আগবঢ়ায় ই সহায় সহযোগ কৰাৰ বাবে শলাগ ৰ শৰাই আগবঢ়াই অনুষ্ঠান সামৰণি ঘটে।