ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী ৰাইজৰ সহযোগত ১২ ঘণ্টীয়া অনশন।

প্ৰতিবাদ স্থলীত উপস্থিত বিধায়ক অখিল গগৈ।
বিধায়ক অখিল গগৈয়ে নিজা ববিয়াকৈ ছোৱালী জনীৰ সকলো পঢ়া শুনাৰ দায়িত্বও লয়।