নগাঁও কলেজৰ অৱ এডুকেশ্বন উদ্যোগত সামগ্ৰীক উন্নয়ন বাবে ভাৰতীয় জ্ঞান ব্যবস্থাৰ ওপৰত অন্ত ৰাষ্ট্ৰীয় সন্মিলন।
নগাওঁ শিক্ষাৰ্থী সকলে ভাৰতীয় পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ পুনৰ্জীৱিত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰে। ভাৰতীয় জ্ঞান ব্যৱস্থাই বিভিন্ন সমসাময়িক প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিব পৰা মূল্যবোধৰ অন্তৰ্দৃশ্য প্ৰদান কৰে। এনে ধৰণৰ অনুষ্ঠান যদি অনুষ্ঠিত কৰি থকা হয় তেন্তে শিক্ষাৰ্থী সকলৰ ভাৰতীয় জ্ঞান ব্যবস্থাৰ ওপৰত উপকৃত হব জনাই অধ্যক্ষা ডা° মানশিখা বৰুৱাই।এই অনুষ্ঠানত তিনি জন অন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তা উপস্থিত থাকে ডা°ঋতুপৰ্ণ ভট্টাচাৰ্য্য, ডা°ডেইজি লেখাৰু আৰু ডা°দিচাদ আহমেদ । গুৱাহাটী বিশ্ববিদ্যালয় তিনি জনকৈ শিক্ষক উপস্থিত থাকে ।