শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা।
শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা।
শিৱসাগৰত পুনৰ বণ্ড ছাইন অভিযান জিলা প্ৰশাসনৰ। জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ চমন।
প্ৰতিবাদ, উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪(১) অনুসৰি নিৰ্দেশনা জাৰি। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা,জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা,অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পৰশজ্যোতি দাস,আটাছুৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ভাস্কৰ বৰগোঁহাইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ জাৰি চমন। দল সংগঠনৰ বিস্ফোৰক মন্তব্য:জিলা আয়ুক্ত আৰক্ষী অধীক্ষক তথা মন্ত্ৰী ৰণোজ পেগুৰ পৰা বণ চাইন কোনে লব প্ৰশ্ন।- বহিৰাগত বনিক গোষ্ঠীৰ বাবে হোৱা প্ৰতিবাদৰ বাবেহে এই চমন জাৰি কৰা হৈছে বুলি পৰশজ্যোতি দাসে প্ৰকাশ কৰিলে কেমেৰাৰ সন্মুখত।