তিতাবৰত কংগ্ৰেছৰ প্ৰতিবাদ।স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত প্ৰতিবাদ তিতাবৰ ব্লক কংগ্ৰেছৰ।
তিতাবৰত কংগ্ৰেছৰ প্ৰতিবাদ।স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত প্ৰতিবাদ তিতাবৰ ব্লক কংগ্ৰেছৰ। তিতাবৰৰ অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয় ঘেৰাও কৰে ব্লক কংগ্ৰেছৰ সদস্য সকলে।
স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে জনসাধাৰণক লুণ্ঠন কৰাৰ অভিযোগ কংগ্ৰেছৰ।।
শক্তি মন্ত্ৰী নন্দিতা গার্লচা মূর্দাবাদ , অসম চৰকাৰ সূচীয়াৰ আদি ধ্বনিৰ তিতাবৰ উত্তাল কৰি তোলে।