ৰাখী পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত আজি সোণাপুৰ চৰকাৰী বৃদ্ধাৱাসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…
ৰাখী পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত আজি সোণাপুৰ চৰকাৰী বৃদ্ধাৱাসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ আৱাসীসকলক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰে৷
এই বিশেষ দিনটোত বৃদ্ধাৱাসৰ কেইবাগৰাকীও আৱাসীয়ে মুখ্যমন্ত্ৰীক ৰাখী পৰিধান কৰায়
!-->!-->!-->!-->!-->…