যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ দুৰ্ঘটনা।
যোৰহাটৰ নিমাতী ঘাটত ভয়ংকৰ দুৰ্ঘটনা। চেলফি লবলৈ নাওৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল এজন যুৱক। যুৱক জনক বচাবলৈ আন দুজন যুৱকেও ব্ৰহ্মপুত্ৰত দিয়ে জাপ। তিনিওজনে ব্ৰহ্মপুত্ৰৰ পানীত ককবকাই থকা অৱস্থাত খবৰ দিয়া হয় এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীক। এন ডি!-->…