Monthly Archives

August 2024

খাৰুপেটীয়াত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা

মুছলিম কিশোৰীক অপহৰণ কৰিলে ৰাহুল বৰুৱাই ৰাহুল বৰুৱাই নিজকে ৰাহুল আমিন পৰিচয় দি গঢ়িছিল প্ৰেমৰ সম্পৰ্ক খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰিছে লম্পট যুৱক জনক এইবাৰ খাৰুপেটীয়াত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা । এগৰাকী হিন্দু যুৱকে পলুৱাই নিলে

হলৌ বান্দৰৰ প্ৰতি ভাবুকি মৰিয়নি গিয়ন অভয়াৰণ্যত

গিৱন অভয়াৰন্যত চলিব তেল আৰু গেছৰ অম্বেষণ।ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। AV হলৌ বান্দৰৰ বাবে বিখ্যাত যোৰহাট জিলাৰ মৰিয়নি হোলোঙাপাৰ গিৱন অভয়াৰন্যলৈ আহিছে আন এক ভাবুকি। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানত খনন চলিব হলৌ বান্দৰ (Hoolock Gibbon)

আজিৰ ৰাশিফল…..

মেষ ৰাশি - স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব।

কাছাৰৰ লক্ষীপুৰত পুৰণি আৰু ন বিজেপি সংঘাতে ভয়ংকৰ ৰূপ লৈছে

কাছাৰৰ লক্ষীপুৰত পুৰণি আৰু ন বিজেপি সংঘাতে ভয়ংকৰ ৰূপ লৈছে l ফুটবল খেলক কেন্দ্র কৰি মাৰপিটত ৰক্তাক্ত হৈছে কেইবা গৰাকী l ইয়াৰ মাজত চাৰি গৰাকীক ভর্তি কৰুবা হৈছে সিলচৰ মেডিকেল কলেজ হাসপাতালত l তেওঁলোক হৈছে বলৰাম বাউৰি, বাপ্পন বাউৰি, টিঙ্কু

মৰিয়নীত ভয়ঙ্কৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা।

মৰিয়নীত ভয়ঙ্কৰ ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা । উজনিমুৱা মালগাড়ী ইঞ্জিনট লাগিল ৰেল বিভাগে নতুনকৈ সংযোজন কৰা বৈদ্যুতিক তাৰ। মৰিয়নী জংচনৰ পৰা আমগুৰি অভিমূখে ৰাওনা হোৱা এখন মালগাড়ী মৰিয়নী বৰ নামঘৰৰ সন্মুখ পোৱা সময়ত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

পুনৰ বহিঃ ৰাজ্যত মৃত্যু বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰৰ ৰশ্বিদুল হক ।

পুনৰ বহিঃ ৰাজ্যত মৃত্যু বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰৰ ৰশ্বিদুল হক । দুই বন্ধুৰ সৈতে প্ৰায় আঠমাহ মান পূৰ্বে কৰ্মৰ সন্ধানত গৈছিল বটদ্ৰৱাৰ নিকটৱৰ্তী ৰামপুৰ সত্ৰ গাঁৱৰ পৰা সুদূৰ কেৰেলাৰ তিৰিবন্দপুৰামলৈ । পেটৰ তাড়নাত দুখীয়া পিত-মাতৃক লগতে সৰু

আজিৰ ৰাশিফল……

মেষ ৰাশি - ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। যদি আপোনাৰ বাবে এনেকুৱা ঠাইৰ পৰা সুযোগ আহে য'ত আপুনি প্ৰথমতে কেতিয়াও নাই

লখিমপুৰত নিশা নাৰায়ণপুৰ আৰক্ষীৰ অভিযান।

লখিমপুৰত নিশা নাৰায়ণপুৰ আৰক্ষীৰ অভিযান।নকল সোণ জালনোট সৰবৰাহকাৰীৰ বৃহৎ ঘাটি উৎখাত।নাৰায়ণপুৰৰ এজন লোকক নকল সোণ দিয়াৰ প্ৰলোভন দিছিল চক্ৰটোৱে।চক্ৰটোৱে পুতুল বনিয়া নামৰ এজন লোকক নকল সোণৰ নাও বিক্ৰী কৰাৰ প্ৰলোভন দি দাবী কৰিছিল ১৫ লাখ টকা।

নগাঁৱৰ আগ শাৰী অনুষ্ঠান সূৰ্যোদয়ৰ উদ্যোগত ” সুৰৰ নিজৰা ২০২৪ উৎযাপন।

নগাঁৱৰ আগ শাৰী অনুষ্ঠান সূৰ্যোদয়ৰ উদ্যোগত '' সুৰৰ নিজৰা ২০২৪ উৎযাপন । প্ৰতীক বছৰৰ দৰে আইবছৰো সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। ২০০৭ চনৰে পৰা একে ধাৰে ১৭ টাকৈ বছৰ এই অনুষ্ঠিত অনুষ্ঠিত কৰি আহিছে সূৰ্যোদয়ে । বিশেষ

ৰাজ্যত চলি থকা নাৰী নিৰ্যাতনৰ বিৰূদ্ধে বোকাজানত টাই আহোম মহিলা পৰিষদৰ প্ৰতিবাদ।

ৰাজ্যত চলি থকা নাৰী নিৰ্যাতনৰ বিৰূদ্ধে বোকাজানত টাই আহোম মহিলা পৰিষদৰ প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ লগতে শেহতীয়া কৈ ধিঙত সংঘটিত হোৱা বৰবৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন