Monthly Archives

August 2024

ধুবুৰীৰ গৌৰীপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ।

ধুবুৰীৰ গৌৰীপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তৰ লগতে সমান্তৰালকৈ গৌৰীপুৰতো স্মাৰ্ট মিটাৰকলৈ উত্তাল কৰি তোলে বিদ্যুৎ

স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধৰ দাবীত ব্লক কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰেৰণ ।

স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধৰ দাবীত ব্লক কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰেৰণ । আজি বোকাজান কংগ্ৰেছৰ নেতা কৰ্মী সকলে বোকাজান ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ পৰা বোকাজানৰ এপিডিচিএলৰ কাৰ্যালয়লৈ এক সমদল বাহিৰ কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন

তিতাবৰত কংগ্ৰেছৰ প্ৰতিবাদ।স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত প্ৰতিবাদ তিতাবৰ ব্লক কংগ্ৰেছৰ।

তিতাবৰত কংগ্ৰেছৰ প্ৰতিবাদ।স্মাৰ্ট মিটাৰ বাটিলৰ দাবীত প্ৰতিবাদ তিতাবৰ ব্লক কংগ্ৰেছৰ। তিতাবৰৰ অসম শক্তি বিতৰণ নিগমৰ কাৰ্যালয় ঘেৰাও কৰে ব্লক কংগ্ৰেছৰ সদস্য সকলে।স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে জনসাধাৰণক লুণ্ঠন কৰাৰ অভিযোগ কংগ্ৰেছৰ।।শক্তি

গোসাঁইগাঁৱত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদl

গোসাঁইগাঁৱত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ গোসাঁইগাঁও,২৮আগষ্ট:- স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ ।আজি গোসাঁইগাঁও সদৰ চহৰৰ মাজমজিয়াত স্থিত গোসাঁইগাঁও বিদ্যুৎ বিভাগ

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকালৈ মৈৰাবাৰী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি।

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকালৈ মৈৰাবাৰী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি। যোৱাৰাতি এটা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা 'জিলা মিডিয়া ক্লাৱ'ৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

নগাঁৱৰ পাথৰিত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ।

নগাঁৱৰ পাথৰিত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । অবৈধ মাতৃত্বৰ বোজা সহিব নোৱাৰি সন্তান প্ৰসৱ কৰি নিজ সন্তানক দলিয়ালে জংঘললৈ ৷ এই ঘটনা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি নৱজাতক সহ প্ৰসূতি গৰাকীক লগে লগে পাথৰি আয়ুষ্মান আৰোগ্য

দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন।

দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছতে হিন্দু ধৰ্মাৱলম্বী লোক সকলে পালন কৰে নন্দোংসৱ । কৃষ্ণৰ জন্মৰ আনন্দতে সকলোৱে বোকাত নৃত্য কৰি ফুৰ্টি কৰাৰ পৰম্পৰা আজিও চলি আহিছে দক্ষিণ কামৰূপৰ

নগাঁৱত মাছ প্ৰৱেশৰ বাধা বীৰ লাচিত সেনাৰ বিষয়ববীয়াক আটক

নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত জুৰীয়া,ধিঙৰ মাছ সোমোৱাব নোৱাৰিব বুলি বৰবজাৰৰ মৎস্য ব্যৱসায়ী সকলক আহ্বান জনোৱাৰ পাছতেই বীৰ লাচিত সেনাৰ দুগৰাকীকো লোকক সোধপোছৰ বাবে আটক কৰিছে নগাঁও সদৰ আৰক্ষীয়ে ।আটক কৰিছে নগাঁও জিলা বীৰ লাচিত সেনাৰ মুখ্য

আজিৰ ৰাশিফল…..

মেষ ৰাশি - বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ'ব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত