Monthly Archives

August 2024

অসম আৰক্ষীয়ে মঙলবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সুদেমফুৰি জংঘলৰ পৰা বৃহৎ পৰিমাণৰ…

অসম আৰক্ষীয়ে মঙলবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সুদেমফুৰি জংঘলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰে। আৰক্ষীৰ সূত্ৰৰ মতে, এক গোপন সূত্ৰৰ পিছতে জংঘলত লুকুৱাই থোৱা ৭টা হাতেৰে নিৰ্মিত ৰাইফলৰ সৈতে এটা এ কে ৪৭ উদ্ধাৰ কৰে।

আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া।

আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া। নগাওঁ আৰু মৰিগাঁও জিলাৰ আছাম ফিছ চাপ্লাই ইউনিয়নৰ উপ-সভাপতিয়ে উজনি অসমলৈ মাছৰ গাড়ী যোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তিনিখন গাড়ী নজনাকৈ গুচি গৈছিল বুলি জনালে উপ-সভাপতি

প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ’ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড…

প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ'ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড ভণ্ড। প্ৰেমিকাৰ ঘৰৰ পৰা টকা—পইচা লুটি নিয়াৰ অভিযোগ প্ৰেমিকৰ পৰিয়ালৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ কুটি

সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদ মুকলি আকাশৰ তলত।

সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদ মুকলি আকাশৰ তলত। যোৱা কালি সদৌ অসম গৰীয়া জাতীয় পৰিষদে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে জাজৰী থানাত এক এজাহাৰ

আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন।

আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন। পবিত্ৰ জন্মাষ্টমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাট আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন কৰা হয়। ইয়াৰ লগত

শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা।

শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা। শিৱসাগৰত পুনৰ বণ্ড ছাইন অভিযান জিলা প্ৰশাসনৰ। জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ চমন। প্ৰতিবাদ, উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪(১)

ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী…

ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী ৰাইজৰ সহযোগত ১২ ঘণ্টীয়া অনশন। প্ৰতিবাদ স্থলীত উপস্থিত বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে নিজা ববিয়াকৈ ছোৱালী জনীৰ সকলো পঢ়া শুনাৰ

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালনl

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালনআজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষত ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সমাবেশ পৰিলক্ষিত হৈছে।পুৱা প্ৰাত: প্ৰসংগকে ধৰি কৃষ্ণ

চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু…

চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সমাপণ ।। byte অসম প্ৰেক্টকেমেকেলচৰ উপাধ্যক্ষ হেমন্ত গগৈbyte সভাপতি পৰ্যটন প্ৰকল্পৰ কৃষ্ণ কান্ত হাজৰিকা Vo আজি ইংৰাজী

নগাঁও কলেজৰ অৱ এডুকেশ্বন উদ্যোগত সামগ্ৰীক উন্নয়ন বাবে ভাৰতীয় জ্ঞান ব্যবস্থাৰ ওপৰত অন্ত ৰাষ্ট্ৰীয়…

নগাওঁ শিক্ষাৰ্থী সকলে ভাৰতীয় পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ পুনৰ্জীৱিত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰে। ভাৰতীয় জ্ঞান ব্যৱস্থাই বিভিন্ন সমসাময়িক প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিব পৰা মূল্যবোধৰ অন্তৰ্দৃশ্য প্ৰদান কৰে।‌ এনে ধৰণৰ