Monthly Archives

August 2024

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ…

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাযৰ্সূচী । অসম চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক ইত্যাদি শাসক

হাঁহচৰাত বিষ্ণু-জ্যোতিৰ দিহানাম কৰ্মশালা সম্পন্ন

যোৰহাট জিলাৰ চেলেংহাটৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান বিষ্ণু-জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি হাহঁচৰাস্থিত শ্বপিং প্লাজাত এদিনীয়া দিহানামৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে অহা ভাদ মাহৰ ২২ তাৰিখে টীয়ক কলীয়াপানী স্থিত

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ ।

আজি জন্মাষ্টমী । হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰত মুখৰিত হৰি নামৰ ধ্বনি। গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিল নামঘৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে নামঘৰ। পুৱাৰে পৰা আৰম্ভ হৈছে

তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।

তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।তিতাবৰ আমগুৰিখাট ৰজাবাৰী ফৌৰ্যদাচুকত সংঘটিত হৈছে এই ঘটনা ।আজি বীয়লি নিজ গৃহৰ বাৰীত থকা পুখুৰীত বাচন ধুবলৈ গৈ সন্ধানহীন আছিল দীপালি গগৈ নামৰ প্ৰায় ৩৫ বছৰীয়া মহিলা গৰাকী। SDRF য়ে পুখুৰীৰ পৰা উদ্ধাৰ কৰে মহিলা

তিনিচুকীয়াত কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা

তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা জিলা খনৰ ৩.৫ শতাধিক প্ৰতিযোগী অংশ গ্ৰহণ | তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ ৪তম কাৰাটে চেম্পিয়ন প্ৰতিযোগীতা ধলা ছৈখোৱা মুকলি মঞ্চত ছৈখোৱা কাৰাটে সন্থাৰ উদ্যোগত এদিনীয়াকৈ তিনিচুকীয়া জিলা কাৰাটে

আজি জন্মাষ্টমী ।

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰ মন্দিৰত বিশাল আয়োজন । উত্তৰ গুৱাহাটীৰ "হৰেকৃষ্ণ মন্দিৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে মন্দিৰ । পুৱাৰে পৰা আৰম্ভ হৈছে ভক্তৰ আগমন ।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। দেউবাৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মঠাউৰীৰ চʼকত দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত

চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ।

চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ। আজি চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিয়ে শপত গ্ৰহণ কৰে।এই শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰস্থিত সতী সাধিনী ভৱনত অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা পাতাকা উত্তোলনৰে আজিৰ অনুষ্ঠানটো

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত…

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ এখন নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি গঠনৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়,উক্ত সভাত সভাপতি আসন গ্ৰহণ