Monthly Archives

September 2024

আঠ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৈল নগৰী ডিগবৈত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আয়োজন।

চলিত বৰ্ষৰ ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখ লৈকে ডিগবৈত সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু ক্ৰীড়া উন্নয়নৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস ৰ উদ্যোগত সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশন সংস্থাৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ

আগমনীত সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন

আজিৰ এই সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে সন্মানীয় নুৰুল হক চাহাবক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আকন্দক নিৰ্বাচিত কৰি ৪২ জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলাৰ পূৰ্ণাঙ্গ সমিতি গঠন

মায়ঙৰ বালিমুখত ভয়ংকৰ পথ দুৰ্ঘটনা

আজি বিয়লি পাঁচ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজন ৷ সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ ৷ ঝাৰগাৱৰ পৰা সিধাগুৰিলৈ গৈ থকা এখন নম্বৰ বিহীন CNG অটো গাড়ী এখনে আগফালৰ পৰা আহি থকা টম টমৰ যাত্ৰী এজনক খুন্দিয়াই ৰাস্তাত পেলাই

বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন

বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন কৰা হয়।মোনাবাৰী বস্তিৰ কৰম উদযাপন সমিতি আৰু সমুহ ৰাইজৰ সহযোগত আদিবাসী সকলৰ হিয়াৰ আমঠু কৰম উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয় । মোনাবাৰী বস্তিৰ এই কৰম উৎসৱটি এইবেলি সম্পূৰ্ণ

বোকাজানৰ ৰানচিগাওঁত উদযাপন কৰা হয় কৰম পূজা

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়।ভাদ,আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়।কৰবাত যদি তিনিদিন,কৰবাত পাঁচ দিন আৰু কৰোবাত সাত দিন ধৰি পালন কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাজান ৰানচি গাওঁ প্ৰাথমিক

হাটশিঙিমাৰী প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আচঁনি বাবে এখন বিশেষ সভাৰ আনুষ্ঠানিক…

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত ৰবিবাৰৰ দিনা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আচঁনি নিৰ্বাচিত হোৱা আবেদন কাৰী সকলৰ বাবে বিশেষ এখন সভা অনুষ্ঠিত কৰে। আজি সভাত জিলা প্ৰশাসনে উপস্থিত হৈ সকলো beneficiary ৰ

ধিং সমষ্টিত এ আই ইউ ডি এফ দলত নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ।

নগাঁও জিলা সভাপতি নিৰ্বাচনত পৰ্যব্যক্ষক হিচাপে থকা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে প্ৰৰোচনামূলক ভাবে মতিউৰ ৰহমানক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰে সহস্ৰাধিক নেতা কৰ্মীয়ে। এ আই ইউ ডি এফৰ পূৰ্বৰ সভাপতি

মৰিগাঁও জিলাৰ মায়ঙত পবিতৰাৰ গড়ৰ আক্ৰমণত নিহত এজন পথচাৰী

আজি দিনৰ ১১বজাত মায়ঙত সংঘটিত হয় এক কৰুণ ঘটনা ৷ পবিতৰাৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত নিহত হয় এজন লোক ৷ লোকজন প্ৰায় ৩৫ বছৰীয়া চাদ্দাম হুছেইন ৷ হাডুক দলঙৰ সমীপত সংঘটিত হয় এই কৰুণ ঘটনা ৷ ডিমৰীয়াৰ কচুতলীৰ চাদ্দাম হুছেইনে এখন স্প্লেণ্ডাৰ

নাহৰকটীয়া ৰ ৰাঙলী পথাৰত ৯৯.৬৬ গ্ৰাম গাঞ্জা জব্দ, আৰক্ষী বিষয়াৰ নেতৃত্বত যুৱক সংঘ আৰু বীৰ লাচিত…

নাহৰকটীয়া ৰ ৰাঙলী পথাৰত ৯৯.৬৬ গ্ৰাম গাঞ্জা জব্দ, আৰক্ষী বিষয়াৰ নেতৃত্বত যুৱক সংঘ আৰু বীৰ লাচিত সেনা ৰ সহযোগত অবৈধ ঘাটি উৎখাত বীৰ লাচিত সেনা নাহৰকটীয়া আঞ্চলিক সমিতি, ৰাঙলী পথাৰ যুৱক সংঘৰ সহযোগত নাহৰকটীয়া আৰক্ষী বিষয়া ৰানা কুমাৰ নাথ ৰ

বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ

বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ। নুমলিগড় দিশে যোৱা ডাম্পাৰ পঞ্জীয়ন নম্বৰ WB 57 D 3233 আৰু বোকাখাত দিশে যোৱা পঞ্জীয়ন নম্বৰ AS 05 R 0794 এখন বাইকৰ মাজত দূৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাইক