অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে গীত মুকলি।
অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে গীত মুকলি। দেহাজান এলবামৰ জৰিয়তে ৰাইজৰ মাজত অতি পৰিচিত নাম দক্ষিণ কামৰূপৰ মিৰ্জাৰ কুমাৰ ভৱেশ। এটাৰ পিছত আন এটা গীতেৰে ৰাইজক আমোদ দি আহিছে জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশে। পুনৰ কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে মুক্তি লাভ কৰিলে এটা গীত গীতটি উন্মোচন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। গীতটি ৰাইজে আদৰি লোৱাৰ কামনা কৰিছে কণ্ঠশিল্পী কুমাৰ ভৱেশে।