ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন।
ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন।
বোকাখাতৰ চিকন আতা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ বোকাখাত বাসী ৰাইজৰ সহযোগত ৩৭৫ সংখ্যক মৃত্যু তিথি উদযাপন হয়।
হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত বৈছে চিকন আতা থানলৈ।দিনৰ ভাগত নাম প্ৰসংগ হোৱাৰ পিছত ৰাতিৰ ভাগত স্থানীয় কলাকুশলীৰ দ্বাৰা মৎস্য –অৱতাৰ চাৰিবেদ উদ্ধাৰ নামৰ এখন ভাওনা প্ৰদৰ্শন কৰিব।
ভক্তপ্ৰাণ ৰাইজে চাকি ধুপ নৈবদ্য আগবঢ়াই মনোবাঞ্ছা পূৰ্ণ হ’বলৈ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চিকন আতা থানত ভিৰ কৰা পৰিলক্ষিত হ’ল।