চৰকাৰী কাম কাজ সমূহ অনা অসমীয়াৰ পৰিবৰ্তে অসমীয়াক দিয়কl
চৰকাৰী কাম কাজ সমূহ অনা অসমীয়াৰ পৰিবৰ্তে অসমীয়াক দিয়ক পূৱ গুৱাহাটী টেন্ত হাউচ মালিক সংস্থাৰ তৃতীয় বাৰ্ষিক অধিবেশন। বোন্দা স্থিত জনজাতীয় ক্ৰিয়া ও সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত দিন জোৰা কাৰ্যসূচিৰে অনুষ্ঠিত কৰা হৈছে অধিবেশন খন। দুপৰীয়াৰ ভাগত অনুস্থিত হোৱা সাধাৰণ সভাত টেণ্ট হাউচ সন্থাই দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যা ৰ সন্দৰ্ভত আলোচনা । খিলঞ্জীয়াৰ সুৰক্ষিত ভবিষ্যতৰ কথা কোৱা চৰকাৰ খনে চৰকাৰৰ বিভিন্ন ইভেন্তৰ টেণ্টৰ কাম কাজ সমূহ বহিৰাগতক দিয়াকলৈ ক্ষোভ প্ৰকাশ সন্থাৰ। চৰকাৰৰ আশীৰ্বাদ পুষ্ট অসম টেণ্ট হাউচ নামৰ প্ৰতিস্থানটোৱে সকলো চৰকাৰী কাম কাজ পোৱাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া টেণ্ট হাউচ মালিক সকলক বঞ্চিত কৰাৰ অভিযোগ। অচিৰেই পূৱ গুৱাহাটী টেণ্ট হাউচ মালিক সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত ।